About Us

সোঁৱৰণি... এটি মিঠা অনুভৱ  । কি ভাবে আপুনি? আপোনাৰ বাৰু কেতিয়াও অতীতক ৰোমন্থন কৰিবলৈ মন নাযাইনে? কেতিয়াও পুৰণি স্মৃতিবোৰ বুকুৰ কোনো এচুকৰ পৰা অকলশৰে উলিয়াই মনটোৰ স'তে,নিজৰ স'তে কথা পাতিব মন নাযাইনে? কিন্তু ইমানবোৰ ব্যস্ততাৰ পাছত সময়নো ক'ত?
আমি নাজানোঁ আপুনি কোন অথবা কিমান ব্যস্ত? কিন্তু আমিবোৰে ব্যস্ততাৰ মাজতে কিবা অকণ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ । ভুল-ক্ৰুটিবোৰ আঁতৰাই কেতিয়াবা সময় পালে চকু ফুৰাবচোন.. কিজানি আপুনিও হেৰোৱা অতীতক বিচাৰি পায় । অৱশ্যে অজিকালি "ভাৰ্চুৱেল দুনিয়া" ত থাকি থাকি মানুহৰ মনবো্ৰ লগতে সমাজখনো কিবা 'ভাৰ্চুৱেল' হৈ গৈছে । সকলোঁ "ভাৰ্চুৱেল" । গতিকে, তাৰ মাজতে থাকি কিবা এটা প্ৰয়াস কৰিছোঁ । আশা কৰোঁ সকলোৱে আদৰি ল'ব ।

এটা বিনম্ৰ অনুৰোধ, ইয়াৰ পৰা আপোনালোকে কিন্তু "কপি-পেষ্ট" নকৰিব । কম্পিউটাৰত/ম'বাইলত অসমীয়া লিখা বৰ কষ্টকৰ হয় । লেখাজনহে বুজি পাই ইয়াৰ অৰ্থ ।

ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব...




বি.দ্ৰ.: আমাৰ  লেখাসমূহ সম্পুৰ্ণ কাল্পনিক । ইয়াৰ চৰিত্ৰবোৰ মনেসজা । বাস্তৱৰ  লগত ইয়াৰ কোনো সম্পৰ্ক নাই । কতালীয়ভাৱে কাৰোবাৰ গাত লাগিলে লেখক দায়ী নহয় । 


Dipankar Sarmah (Designer and Owner)                                             Manash Pratim Sarma (Author)
Email- dipankarraj89@gmail.com                                                       Email- manashsarma14@gmail.com


No comments:

Post a Comment